Local, Vocal, Global

Tiger Roams Freely in Titabor: তিতাবৰত বাঘৰ মুক্ত বিচৰণ;আতংকিত ৰাইজ

তিতাবৰ,২০অক্টোবৰ : তিতাবৰত বাঘৰ মুক্ত বিচৰণ। আতংকিত ৰাইজ ।

বেকাজনৰ বিজয় নগৰ পাছত এইবাৰ বৰহোলাৰ নাগিনিজুৰিত বাঘৰ আতংক । দেওবাৰে দিনৰ ১০ বজাত নাগিনিজুৰিৰ ONGC ৰ MK3 নামৰ তেল খাদ এটাত বাঘ প্ৰত্যক্ষ কৰে কৰ্মৰত গৃহৰক্ষী যোৱানে ।

তিতাবৰত বিগত কেইবাদিন ধৰি বাঘে মুক্ত বিচৰণ কৰি আছে ।ঘটনা সন্দৰ্ভত তিতাবৰ বন বিভাগক খবৰ দিছে যদিও বৰ্তমানলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগৰ লোকে(Tiger Roams Freely in Titabor)।

ইফালে ৰাইজে চান্দা বৰঙণি তুলি পিঞ্জৰা স্থাপন কৰিছে যদিও পিঞ্জৰত দিবলৈ ছাগলী অভাৱ।

লগতে পঢ়ক:Encounter between security forces and terrorists underway : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ