Local, Vocal, Global

Congress appoints Gaurav Gogoi as AICC senior coordinators : সাংসদ গৌৰৱ গগৈক ঝৰখণ্ডৰ নিৰ্বাচনৰ বাবে AICC ৰ জ্যেষ্ঠ সমণ্বয়কৰ দায়িত্ব

নিউজ ডেস্ক,১৭অক্টোবৰ : সাংসদ গৌৰৱ গগৈক নতুন দায়িত্ব।

ঝৰখণ্ডৰ নিৰ্বাচনৰ বাবে AICC ৰ জ্যেষ্ঠ সমণ্বয়কৰ দায়িত্ব। গগৈৰ লগতে বি কে হৰিপ্ৰসাদ,মোহন মাৰ্কামকো দায়িত্ব।তিনিওকে দায়িত্ব প্ৰদান কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ(Congress appoints Gaurav Gogoi as AICC senior coordinators)।

আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে বি কে হৰিপ্ৰসাদ, গৌৰৱ গগৈ আৰু মোহন মাৰ্কামক জ্যেষ্ঠ সমন্বয়ক হিচাপে নিযুক্তি দিয়ে।

সংগঠনৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালৰ স্বাক্ষৰিত দলটোৰ জাননী অনুসৰি , ‘কংগ্ৰেছ সভাপতিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঝাৰখণ্ডত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নেতাসকলক এআইচিচিৰ জ্যেষ্ঠ সমন্বয়ক হিচাপে নিযুক্তি দিয়ে(Congress appoints BK Hariprasad, Gaurav Gogoi, Mohan Markam as AICC senior coordinators for Jharkhand elections)।

লগতে পঢ়ক :Nikita Porwal Crowned Femina Miss India 2024 in Dazzling Finale :’ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪’ ৰ বিজয়ী ঘোষণা; ‘নিকিতা পৰৱালৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ মুকুট