Local, Vocal, Global

Fire Break Out in Dibrugarh: লক্ষ্মীপূজাৰ দিনাই ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক,১৭অক্টোবৰ : লক্ষ্মীপূজাৰ দিনাই ডিব্ৰুগড়ত অঘটন।ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ‍্যালয়ত অগ্নিকাণ্ড।

সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্মচাৰী প্ৰদীপ চেত্ৰীৰ আৱাসগৃহ অগ্নিকাণ্ড।নিমিষতে জুইয়ে ছানি ধৰে আৱাসগৃহটোৰ সমীপৰ কেইবাটাও শ্ৰেণীকোঠা।লগে লগে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় । অগ্নিনিৰ্বাপক বাহিনীৰ ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপণ কৰে(Fire Break Out in Dibrugarh)।

লক্ষ্মীপূজা উপলক্ষে প্ৰজ্বলন কৰা বন্তিৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ।

লগতে পঢ়ক :Omar Abdullah sworn in as new CM : জম্মু-কাশ্মীৰত নতুন চৰকাৰৰ শপত গ্ৰহণ;মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ওমৰ আব্দুল্লাই