Local, Vocal, Global

Nobel Prize 2024: ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা

নিউজ ডেস্ক,১৫অক্টোবৰ: ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা । এইবৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা বিশ্বৰ তিনিগৰাকী প্ৰসিদ্ধ অৰ্থনীতিবিদলৈ আগবঢ়াৱা হৈছে।

ৰয়েল ছুইডিছ একাডেমী অফ ছাইন্সছে আলফ্ৰেড ন’বেলৰ স্মৃতিত ‘প্রতিষ্ঠানসমূহৰ গঠন আৰু সমৃদ্ধিৰ প্ৰভাৱক লৈ অধ্যয়নৰ বাবে’ অৰ্থনীতিবিদ Daron Acemoglu, Simon Johnson আৰু James A. Robinsonক ২০২৪ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Daron Acemoglu, Simon Johnson and James A Robinson win Nobel Economics Prize)।

লগতে পঢ়ক : Delhi govt notifies ban on all types of firecrackers : দীপাৱলীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি