Local, Vocal, Global

Delhi govt notifies ban on all types of firecrackers : দীপাৱলীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

নিউজ ডেস্ক,১৫অক্টোবৰ : দীপাৱলীত নিষিদ্ধ আতচবাজী আৰু ফটকা ফুটোৱা। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে জাৰি কৰিলে আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা ।

২০২৫ বৰ্ষৰ ১জানুৱাৰীলৈকে জাৰি হ’ব এই নিৰ্দেশনা(Delhi govt notifies ban on all types of firecrackers in Delhi ahead of Diwali)।

নিৰ্দেশনা অনুসৰি, এই সময়ছোৱাত সকলোধৰণৰ ফটকা উৎপাদন, সংৰক্ষণ, বিক্ৰী, অনলাইন ব্যৱসায় আৰু বিস্ফোৰণত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে পঢ়ক :Sensational incident :ৰাজপথত চলন্ত বাইকত উঠিল জুই