Local, Vocal, Global

Ration cards :ৰেচন কাৰ্ডৰ আবেদন পত্ৰ জমা দিয়াৰ সময়সীমা বৃদ্ধি।

নিউজ ডেস্ক,১৫অক্টোবৰ : বৃদ্ধি ৰেচন কাৰ্ডৰ আবেদন পত্ৰ জমা দিয়াৰ সময়সীমা ।

১৫ অক্টোবৰৰ পৰিৱৰ্তে ২১ অক্টোবৰলৈ বৃদ্ধি প্ৰ-পত্ৰ জমা দিয়াৰ সময়সীমা ।

আয়ৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত বিভাগীয় লোকক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ(Ration cards)।

অসমৰ ১০ লাখ দুখীয়া লোকক নতুনকৈ দিয়া হ’ব ৰেচন কাৰ্ড। প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আয়ুষ্মান কাৰ্ড, অৰুণোদয় কাৰ্ডো।

বৰপেটাৰোডত ঘোষণা বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।

লগতে পঢ়ক: Jayanta Hazarika death anniversary: আজি চিৰসেউজ কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যুতিথি