Local, Vocal, Global

Mahasaptami : আজি মহাসপ্তমী; জামুগুৰিহাটত প্ৰতিকুল বতৰকো নেওচি ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ

জামুগুৰিহাট,১০অক্টোবৰ : আজি মহাসপ্তমী ।’শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি’।ৰাজ্য়জুৰি শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ, মহানগৰীৰ পূজাৰ মণ্ডপে মণ্ডপে দেৱীৰ আশিস বিচাৰি ভক্তৰ ভিৰ(Mahasaptami 2024)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক জামুগুৰিহাটৰ তৌভঙা বনিক সন্থাৰ উদ্যোগত দুৰ্গা পূজা উদযাপন। মহা সপ্তমীৰ দিনা প্ৰতিকুল বতৰকো নেওচি ভক্তপ্ৰাণ ৰাইজৰ ভিৰ৷ মহা সপ্তমী উপলক্ষে মা দুৰ্গা দেৱীক বন্দনা কৰিবলৈ ওলাই আহিছে বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজ ৷ প্ৰতিকূল বতৰকো নেউচি এনেদৰেই ধৰ্ম প্ৰাণ ভক্তসকল ওলাই অহাটোৱেই তাৎপৰ্য্য বহন কৰিছে ।

পুৱাৰ পৰাই জামুগুৰিহাট দেখা গৈছে অগনন ভক্তৰ ভিৰ৷

লগতে পঢ়ক : Mukesh Ambani’s emotional farewell to Ratan Tata: ৰতন টাটাৰ বিয়োগত শোকত ভাঙি পৰিছে মুকেশ আম্বানি