Local, Vocal, Global

Vinesh Phogat wins against BJP’s Yogesh Bairagi from Julana :জুলানা সমষ্টিত জয়লাভ মল্লযুঁজাৰু ভিনেশ ফোগাটৰ

নিউজ ডেস্ক,৮অক্টোবৰ : জুলানা সমষ্টিত জয়লাভ মল্লযুঁজাৰু ভিনেশ ফোগাটৰ।

বিজেপিৰ বিৰুদ্ধে যুঁজি জয়লাভ ভিনেশ ফোগাটৰ(Vinesh Phogat wins against BJP’s Yogesh Bairagi from Julana)।

উল্লেখ্য যে, ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পৰা উভতি ৰাজনীতিত প্ৰৱেশ কৰিছিল মল্ল যুঁজাৰো ভিনেশ ফ’গাটে। জুলানা বিধানসভাৰ আসনৰ পৰা ভিনেশক টিকট প্ৰদান কৰিছিল কংগ্ৰেছে। সেই অনুসৰি, প্ৰতিদ্বন্দ্বিতাত নামিছে ফ’গাট। জানিব পৰা মতে, হাৰিয়ানাৰ জুলানাত ভিনেশৰ শহুৰেকৰ ঘৰ।

লগতে পঢ়ক :2024 Munin Barkatki Award announced :গল্পকাৰ পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা