Local, Vocal, Global

Guwahati fake police arrested :জালুকবাৰী আৰক্ষীৰ জালত ভুৱা আৰক্ষী

নিউজ ডেস্ক,৮অক্টোবৰ : জালুকবাৰী আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া।

নিজকে আৰক্ষী বুলি পৰিচয় দি ধন সংগ্ৰহ কৰি গৈছিল লোকজনে। অভিযুক্ত লোকজন বেলশৰৰ সঞ্জয় বৈশ্য বুলি চিনাক্ত কৰা হৈছে(Guwahati fake police arrested)।

প্ৰাপ্ত তথ্য অনুসৰি, ইনজামুল হক নামৰ এজন লোকক আৰক্ষী বুলি জনাই উঠাই আনিছিল সঞ্জয় বৈশ্যই। ইয়াৰ পাছত লোকজনৰ পৰা ধন সংগ্ৰহ কৰিছিল। এই ঘটনাৰ পাছতঅৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰে ভুৱা আৰক্ষী সঞ্জয় বৈশ্য।

লগতে পঢ়ক : Road Accident In Merapani:মেৰাপানীত ই-ৰিক্সা আৰু বলেৰ’ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী