Local, Vocal, Global

Road Accident In Chandrapur: স্কুটাৰ আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন

নিউজ ডেস্ক,৭অক্টোবৰ : চন্দ্ৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । স্কুটাৰ আৰু ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ । সংঘৰ্ষত নিহত স্কুটাৰ চালক ।আহত আন এজন ।

নিহত যুৱকজন চন্দ্ৰপুৰৰ দেৱাংগ লামা বুলি জানিব পৰা গৈছে ।দুৰ্ঘটনাত আহত স্কুটাৰ আৰোহী ৰোহিত বৰ্মন নামৰ যুৱকজন । আহত ৰোহিত বৰ্মনক GMCH ত ভৰ্তি কৰোৱা হৈছে(Road Accident In Chandrapur)।

লগতে পঢ়ক :Elephant menace in Numaligarh : নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বনহস্তীয়ে ভাঙিলে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ লাইন