Sensational incident : পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহসহ বাহন
নিউজ ডেস্ক,৬অক্টোবৰ : এক চাঞ্চল্যকৰ ঘটনা। পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহসহ এখন বাহন ।
নলবাৰীৰ শ’লমাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহসহ এখন বাহন।
পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ AS03 AJ3927 নম্বৰৰ বাহন এখন । বাহনখনৰ ভিতৰত পৰা উদ্ধাৰ এজন লোকৰ মৃতদেহ।উদ্ধাৰ হোৱা মৃতদেহটো নলবাৰীৰ খেলুৱাৰ ধ্ৰুৱজ্যোতি তালুকদাৰৰ বুলি জানিব পৰা গৈছে(Sensational incident)।
জানিব পৰা মতে কৰ্মসূত্ৰে গুৱাহাটীত আছিল ধ্ৰুৱজ্যোতি তালুকদাৰৰ।কিন্তু দেওবাৰে পুৱা ৪ বজাত ৰাইজে প্ৰত্যক্ষ কৰে বাহনখন। তাৰ পিছতে সৃষ্টি হয় চাঞ্চল্যৰ
বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা।