Youtuber Himashree shaikia : পুনৰ ইউটিউবাৰ হিমাশ্ৰী শইকীয়াক তলব আৰক্ষীৰ
নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : পুনৰ ইউটিউবাৰ হিমাশ্ৰী শইকীয়াক তলব আৰক্ষীৰ।
গুৱাহাটীৰ গীতানগৰ আৰক্ষীৰ তলব কৰে হিমাশ্ৰী শইকীয়াক(Youtuber Himashree shaikia)।
২৬ ছেপ্টেম্বৰত APWএ হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।
পডকাষ্টৰ জৰিয়তে অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগ দিছিল APWএ হিমাশ্ৰী শইকীয়াৰ বিৰুদ্ধে।