Local, Vocal, Global

Supected Murder in Dibrugarh : ডিব্ৰুগড়ত মহিলাৰ ৰহস্যজনক মৃত্যু; স্বামীয়ে হত্যা কৰাৰ সন্দেহ

ডিব্ৰুগড়,২৮ছেপ্তেম্বৰ : ডিব্ৰুগড়ত মহিলাৰ ৰহস্যজনক মৃত্যু । ডিব্ৰুগড়ৰ মিলননগৰ নিবাসীৰ ৰহস্যজনক মৃত্যু । কল্পনা বৰা নামৰ মহিলাগৰাকীৰ ৰহস্যজনক ভাৱে মৃত্যু হয়।

মহিলাগৰাকীৰ মৃত্যুক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ(Supected Murder in Dibrugarh)।

জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ দেহত আঘাটৰ চিন স্পষ্ট।

স্থানীয় আৰু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি স্বামী প্ৰণৱ বৰাই মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী কল্পনা বৰাক।

ইতিমধ্যেই আৰক্ষীয়ে স্বামী প্ৰণৱ বৰাক কৰায়ক্ত কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Sensational incident : শিৱসাগৰত ৫২ বছৰীয়া ব্যক্তিৰ অপকৰ্ম বলি হ’ল ১১ বছৰীয়া নাবালিকা