Local, Vocal, Global

Online Trading Scam : ইউটিউবাৰ হিমাশ্ৰী শইকীয়াক ডিব্ৰুগড়লৈ তলব CIDৰ

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : ইউটিউবাৰ হিমাশ্ৰী শইকীয়াক ডিব্ৰুগড়লৈ তলব CIDৰ SITৰ ।

চুমি-বিশালৰ গোচৰ সংক্ৰান্তত ভাষ্য গ্ৰহণ কৰিব SIT-এ(Online Trading Scam)।

লগতে পঢ়ক : Online Trading Scam : CID য়ে জেৰা কৰিব অবয়ৱ ভূঞাক