Local, Vocal, Global

Online Trading Scam : CID য়ে জেৰা কৰিব অবয়ৱ ভূঞাক

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : CID য়ে জেৰা কৰিব অবয়ৱ ভূঞাক। বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত সোধা-পোছা কৰিব অবয়ৱ ভূঞাক।

বিশাল-চুমিৰ গোচৰ সংক্ৰান্তত ডিব্ৰুগড়লৈ তলব অবয়ৱ ভূঞাক(Online Trading Scam)।

এই সোধা-পোছাত চুমি বৰাৰে হোৱা পডকাষ্টৰ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিব চি আই ডিৰ তদন্তকাৰী বিষয়াই।

লগতে পঢ়ক : Jalukbari Police arrests two ‘spray gang’ members : জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং