Local, Vocal, Global

Jalukbari Police arrests two ‘spray gang’ members : জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : গুৱাহাটীৰ জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ স্প্ৰে গেঙৰ ২ সদস্য।

ধৃত পাঠশালাৰ টিংকু আলী আৰু মিণ্টু তালুকদাৰ। উদ্ধাৰ জলকীয়া গুড়িৰ স্প্ৰে, ৪টা ৱাকীটকী, ছুৰী, কাটাৰ মেচিন(Jalukbari Police arrests two ‘spray gang’ members)।

গুৱাহাটীত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ দুয়োকে আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত।

লগতে পঢ়ক :Road accident in Guwahati :যাত্ৰীবাহী মেজিক আৰু পালছাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত দুই বাইক আৰোহী