Local, Vocal, Global

Case filed against YouTube channel called Jumping Spider Studio :Jumping Spider Studio নামৰ ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ আসাম পাব্লিক ৱৰ্কচৰ

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : Jumping Spider Studio নামৰ ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ আসাম পাব্লিক ৱৰ্কচৰ।

বৃহস্পতিবাৰে মহানগৰীৰ চানমাৰী থানাত গোচৰ ৰুজু কৰে আসাম পাব্লিক ৱৰ্কচৰ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে(Case filed against YouTube channel called Jumping Spider Studio)।

ইউটিউব চেনেলটোৱে সমাজত বহু অন্ধবিশ্বাস, কু সংস্কাৰ বিয়পোৱাৰ অভিযোগ সংগঠনটোৰ।

লগতে পঢ়ক : Unpleasant situation at Mangaldoi Civil Hospital: মঙলদৈ অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত মহিলা চিকিৎসকক অশালীন ব্যৱহাৰ