Bhaskar Dutta allowed to leave after a 2-hour marathon interrogation : ২ঘণ্টা মাৰথান জেৰাৰ অন্তত নিশাই যাবলৈ দিয়া হয় ভাস্কৰ দত্তক

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ২ঘণ্টা মাৰথান জেৰাৰ অন্তত নিশাই যাবলৈ দিয়া হয় ভাস্কৰ দত্তক । প্ৰয়োজনত আকৌ ভাস্কৰ দত্তক মাতিব আৰক্ষীয়ে
উল্লেখ্য যে,বুধবাৰে নিশা ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা কৰিছিল দিছপুৰ আৰক্ষীয়ে। স্বপ্ননীল দাসৰ ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ। স্বপ্ননীল দাসৰ TFALক প্রম’ট কৰিছিল ভাস্কৰ দত্তই। ভুৱা ট্ৰেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল স্বপ্ননীল দাস(Bhaskar Dutta allowed to leave after a 2-hour marathon interrogation)।
স্বপ্ননীল দাসৰ TFALক প্রম’ট কৰাৰ অভিযোগত থানাত প্ৰায় দুঘণ্টা সময় ধৰি সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হয় ভাস্কৰ দত্তক ৷ প্ৰয়োজনত আকৌ ভাস্কৰ দত্তক মাতিব আৰক্ষীয়ে।
ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দিছিল আশ্ৰাফুল হক নামৰ এজনে। আশ্ৰাফুলৰ এজাহাৰৰ পাছতে ভাস্কৰ দত্তক কৰিছিল নিলম্বন।
লগতে পঢ়ক :Youtuber Bhaskar dutt questioned by Dispur police : ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা দিছপুৰ আৰক্ষীৰ