RTI activist Dulal Bora detained : বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক আটক
নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক আটক । দিল্লীত আটক দুলাল বৰাক ।
দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰিছে দুলাল বৰাক(RTI activist Dulal Bora detained)।
বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰে দুলাল বৰাৰ ।
উল্লেখ্য যে,সোণাৰিৰ এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুলাল বৰাৰ ।
লগতে পঢ়ক :Mangaldoi News : আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষী পত্নীৰ