Local, Vocal, Global

Assam govt to provide bicycles to 3.23 lakh students : ৰাজ্যিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত । ৰাজ্যিক কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Assam govt to provide bicycles to 3.23 lakh students)।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ কথা সদৰি কৰে ।

পূজাৰ পূৰ্বে ৰাজ্যৰ লাখ-লাখ শিক্ষালৈ ৰাজ্য চৰকাৰে দিলে বিশেষ উপহাৰ।

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলেও লাভ কৰিব চৰকাৰী চাইকেল।

৩,২৩,৬৪০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী চাইকেল।

চাইকেলৰ বাবে ১ কোটি ৪৮ লাখ ৫৫ হাজাৰ টকা ধাৰ্য ৰাজ্য চৰকাৰৰ।

লগতে পঢ়ক :Lance Naik of apbn dies due to heat stroke : উৎকট গৰমৰ বাবে প্ৰাণ গ’ল এজন আৰক্ষী জোৱানৰ!