Local, Vocal, Global

Tragic incident in Bijni : ফেঞ্চিবাজৰ মৰা মানাহ নৈত গা ধুবলৈ গৈ মৃত্যু ছাত্ৰীৰ

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : বিজনীত শোকাৱহ ঘটনা৷ ফেঞ্চিবাজৰ মৰা মানাহ নৈত গা ধুবলৈ গৈ মৃত্যু ছাত্ৰীৰ৷ মৃত ছাত্ৰীগৰাকী নাম ৰুনামা পাৰবিন৷ ঘৰ নিজ দামুগাঁৱৰ(Tragic incident in Bijni)।

জানিব পৰা মতে, ৰুনামা পাৰবিন বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়ত গা ধুবলৈ নামিছিল নৈত আৰু সেই সময়তে সংঘটিত হৈছিল অঘটনটো।

লগতে পঢ়ক :Three Bangladeshi nationals detained : ভাৰত-বাংলা সীমান্তত ৩টা বাংলাদেশীক কৰায়ত্ত BSFৰ