All schools closed from tomorrow in guwahati : কাইলৈৰ পৰা বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : ২৪ পৰা ২৭ ছেপ্টেম্বৰলৈ গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা।
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে এই নিৰ্দেশনা(All schools closed from tomorrow in guwahati)।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ অনুমোদনৰ ভিত্তিত এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ ।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা ।
লগতে পঢ়ক : Road Accident in Bongaigaon : উদণ্ড বাইক চালকে মহতিয়াই নিলে পথচাৰীক;নিহত এজন,আহত এজন