Local, Vocal, Global

Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন যুৱকৰ মৃতদেহ ।নৈত উদ্ধাৰ বিশেষভাৱে সক্ষম আকাশ ভূমিজৰ মৃতদেহ।

উল্লেখ্য যে, বোকাখাতৰ কাকজান নৈত সন্ধানহীন যুৱকজন। দেওবাৰে নৈত গা ধুবলৈ গৈছিল যুৱকজন। অৱশেষত আজি উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ(Dead body recovered)।

বোকাখাত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

লগতে পঢ়ক : Old man Killed on Suspicion of Being Witchcraft : ডাইনী সন্দেহত নৃশংসভাৱে হত্যা বৃদ্ধাক