Local, Vocal, Global

Massive fire breaks out in Guwahati : মহানগৰীৰ ডাউন টাউনৰ সমীপত অগ্নিকাণ্ড

নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : পুনৰ মহানগৰীত পুৱাই ভয়াৱহ অগ্নিকাণ্ড। ডাউন টাউনৰ সমীপৰ বাঘেশ্বৰী থানৰ ওচৰত অগ্নিকাণ্ড(Massive fire breaks out in Guwahati)।

অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ ৫টাকৈ চিলিণ্ডাৰ। এটা ভাড়াঘৰৰ পৰা জুইৰ সূত্ৰপাত। আতংকিত হৈ পৰিছে জনতা।

লগতে পঢ়ক :Massive fire breaks out in Kaliabor : কলিয়াবৰৰ A.B industry ত বিধ্বংসী অগ্নিকাণ্ড