Local, Vocal, Global

4 professors GU amongst Stanford’s 2024 list of world’s top 2% scientists: বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানী তালিকাত স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী অধ্যাপকৰ

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানী তালিকাত স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী অধ্যাপকৰ । উচ্চ শিক্ষানুষ্ঠানখনৰ অধ্যাপক কেইগৰাকীয়ে লাভ কৰা এই স্বীকৃতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্য শিক্ষাখণ্ডকো গৌৰৱাম্বিত কৰিছে( 4 professors GU amongst Stanford’s 2024 list of world’s top 2% scientists)।

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে যোৱা ১৬ ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল তালিকাখন।

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা এই অধ্যাপক কেইগৰাকী ক্ৰমে প্ৰদীপ ফুকন, বিপান হাজৰিকা, ৰঞ্জিত ঠাকুৰীয়া আৰু অৰবিন্দ ঘোষ।

লগতে পঢ়ক : Security Forces Intensify Search Operations in Manipur : মণিপুৰত সেনা-আৰক্ষীৰ যৌথ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ