Local, Vocal, Global

Road accident in Bilasipara : নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল তীব্ৰবেগী বাহন

বিলাসীপাৰা,২২ছেপ্তেম্বৰ : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।বিলাসীপাৰাৰ সোনকোষৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাহন দুৰ্ঘটনাগ্ৰস্থ।

জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দোকান এখনত সুমুৱাই দিয়ে আনখন পথত বাগৰি পৰে। বাগৰি পৰা ট্ৰাকখন আলু ভৰ্তি আছিল(Road accident in Bilasipara)।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ As01k C 2729 আৰু WB 57 D 0277।

এই দূৰ্ঘটনাৰ ফলত তিনিজন লোক আহত হয় । আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক :Former west dhemaji students union secretary passes away : পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকৰ বিয়োগ