Local, Vocal, Global

ADRE three big announcements by Assam CM:নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ তিনিটা বিশেষ ঘোষণা

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ তিনিটা বিশেষ ঘোষণা। ফেচবুক লাইভৰ জড়িয়তে নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, পৰীক্ষা কেন্দ্ৰত আশাকৰ্মীৰ উপস্থিতিত হ’ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী(ADRE three big announcements by Assam CM)।

OMRত পৰীক্ষাৰ্থীৰ ফটো সংলগ্ন নকৰিবলৈ SEBAক আহ্ৱান মুখ্যমন্ত্ৰীৰ।

পৰীক্ষাৰ OMR শ্বীট বিচাৰি কৰিব পাৰিব আবেদন পৰীক্ষাৰ্থীয়ে। হৈ যোৱা পৰীক্ষাৰ OMR শ্বীট বিচাৰি কৰিব পাৰিব আবেদন। ৫০টকা মাচুল জমা দি কৰিব পাৰিব আবেদন।

পৰীক্ষাৰ্থীয়ে নিজে নিৰীক্ষণ কৰিব পাৰিব উত্তৰ বহী। ২৭তাৰিখৰ পৰা পৰা কৰিব পাৰিব আবেদন। ২৮তাৰিখৰ পৰা ছেবাৰ ৱেবচাইটত উপলব্ধ হ’ব ANSWER KEY। এই সৰ্ন্দভত ছেবাই প্ৰকাশ কৰিব বিজ্ঞাপন।

লগতে পঢ়ক :CTET December 2024 exam date revised : CTET পৰীক্ষাৰ দিন সলনি