Local, Vocal, Global

Man goes Missing : ব্ৰহ্মপুত্ৰ গা ধুবলৈ গৈ নিখোঁজ এজন ব্যক্তি

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : মহানগৰীৰ চন্দ্ৰপুৰত অঘটন! ব্ৰহ্মপুত্ৰ গা ধুবলৈ গৈ নিখোঁজ এজন ব্যক্তি। নিখোঁজ হোৱা ব্যক্তিজন হাজোংবৰী গাৱঁৰ নেপালী বস্তিৰ শ্যাম লাল ছেত্ৰী বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে সন্ধাহীন ব্যক্তি জনৰ পিন্ধি যোৱা কাপোৰ উদ্ধাৰ হৈছে নৈৰ পাৰত। ঘটনাস্থলীত উপস্থিত হৈছে চন্দ্ৰপুৰ আৰক্ষী(Man goes Missing)।

লগতে পঢ়ক :Son Brutally Killed Father : পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰয়ে হত্যা কৰিলে পিতৃক