Local, Vocal, Global

Road accident in Narayanapur : মৃতদেহ কঢিয়াই অনা এম্বুলেন্স আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ;আহত ৫জন

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : নাৰায়ণপুৰৰ ব্লক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। মৃতদেহ কঢিয়াই অনা এম্বুলেন্স আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ।সংঘৰ্ষত এটি শিশুসহ গুৰুতৰভাৱে আহত ৫জন লোক।

আটত লোককেইজনক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়(Road accident in Narayanapur)।

আহত লোককেইজন ক্ৰমে মালা মণ্ডল, বাপুতি মণ্ডল, ৰঞ্জন দেৱনাথ, বুলন দে’সহ এটি ৫ বছৰীয়া শিশু। দুৰ্ঘটনাটোত ভাঙি চূৰমাৰ হৈ পৰিছে এম্বুলেন্সখনৰ সন্মুখ ভাগ। আহত আটাইকেইজনৰ ঘৰ লখিমপুৰৰ গোপীনগৰত।

লগতে পঢ়ক :Atishi to take oath as Delhi’s youngest chief minister today : আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই