Local, Vocal, Global

Youth Goes Missing : গুৱাহাটীৰ মহানগৰীৰ পৰা সন্ধানহীন ছয়গাঁৱৰ যুৱক

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য (Youth Goes Missing)।

পুনৰ গুৱাহাটীৰ মহানগৰীৰ পৰা সন্ধানহীন এজন কিশোৰ ৷সন্ধানহীন কিশোৰজনৰ নাম মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ছয়গাঁৱৰ ঘৰলৈ বুলি যোৱাৰ পাছৰে পৰাই সন্ধানহীন যুৱকজন৷ মজিবুৰৰ বন্ধ আছে ম’বাইল ফোনো ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোক এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক : Atishi to be new chief minister of Delhi : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা