Local, Vocal, Global

One held with a machete in Hojai: হোজাইত পিষ্টলসহ আটক এজন লোকক

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ দীঘলজাৰ বজাৰত পিষ্টলসহ আটক এজন লোকক । দেওবাৰে নিশা মোৰাঝাৰ থানাৰ পৰিদৰ্শক নিখিল চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত মোৰাঝাৰৰ দীঘলজাৰত অভিযান চলাই আটক কৰে লোকজনক । আটকাধীন লোকজন কবীৰ আহমেদ(৩৩) বুলি জানিব পৰা গৈছে(One held with a machete in Hojai)।

ইয়াৰোপৰি আটকাধীন যুৱকজনৰ পৰা ৯ এম এম পিষ্টল, ৩ জাঁই সক্ৰিয় গুলীসহ এটা মেগজিন জব্দ কৰে। মোৰাঝাৰ আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : ADRE there will be sop for searching female candidates :পৰীক্ষাগৃহত তালাচীৰ বাবে শীঘ্ৰে প্ৰস্তুত হ’ব SOP : মুখ্যমন্ত্ৰী