Local, Vocal, Global

Milk Price To Be Hiked From September 1st : ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পাব গাখীৰৰ দাম

নিউজ ডেস্ক,২৯আগষ্ট : পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম ।ব্যৱসায়ী সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত(Milk Price To Be Hiked From September 1st) ।

১ ছেপ্টেম্বৰৰ পৰা নতুন মূল্য কাৰ্যকাৰী হ’ব। ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পাব গাখীৰৰ দাম(Milk price to be hiked by Rs 3/litre from Sep 1)।

৩ টকা বৃদ্ধিৰ পাছত গাখীৰৰ পাইকাৰী মূল্য হ’ব ৬৪.৪০ টকা। বৰ্তমান গাখীৰৰ পাইকাৰী মূল্য ৬১.৪০টকা।

খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৩ টকা বৃদ্ধি কৰা পাছত প্ৰতি লিটাৰ গাখীৰৰ দাম হ’ব ৬৭ টকা।

বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ পাছতেই এই সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ( Milk Price To Be Hiked by ₹3 Per Litre From September 1st)।

গো-ধনৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে গো-পালক সন্থাই ১ জুনৰ পৰা ১৬ আগষ্ট লৈ বন্ধ কৰি ৰাখিছিল গাখীৰৰ যোগান।

লগতে পঢ়ক : Illegal weapons recover in Manipur : অশান্ত জৰ্জৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ