Local, Vocal, Global

Robbery incident: ছিপাঝাৰৰ ভেৰুৱাত ডকাইতি কাণ্ড

নিউজ ডেস্ক,২৯আগষ্ট : ছিপাঝাৰৰ ভেৰুৱাত ডকাইতি কাণ্ড। মিণ্টু শৰ্মা নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ ডকাইতৰ। যুৱকজনক আক্ৰমণ কৰি ডকাইতে লৈ যায় ৩০ হাজাৰ টকা(Robbery incident)।

এখন মাৰুতী অ’ল্টো বাহনত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো। দুনী-সাৰেং পথত সংঘটিত হয় এই ঘটনা। ফাৰ্ণিচাৰ ব্যৱসায়ী মিণ্টু শৰ্মাৰ এখন হাতত ঘপিয়াই ডকাইতে(Robbery incident)।

লগতে পঢ়ক : Infestation of drunk youth in Guwahati : গুৱাহাটীৰ জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ