Local, Vocal, Global

CBI raid at RG Kar Medical College ex-principal Sandip Ghosh’s residence : আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান

নিউজ ডেস্ক,২৫আগষ্ট : আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান৷

বিত্তীয় অনিয়মৰ গোচৰৰ পাছতেই অভিযান CBIৰ(CBI raid at RG Kar Medical College ex-principal Sandip Ghosh’s residence)৷

ইয়াৰোপৰিও, অধ্যক্ষগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ লগতে চিকিৎসকগৰাকীৰ নাম ৰাজহুৱা কৰিছিল বুলি অভিযোগ৷ চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছতেই সন্দীপ ঘোষৰ বিৰুদ্ধে উত্থাপন হৈছে বহু অভিযোগ৷

লগতে পঢ়ক :Mizoram Police Seize Rs 2.25 Crore in Myanmar Currency : মিজোৰামত জব্দ বুজন পৰিমাণৰ ম্যানমাৰৰ মুদ্ৰা