Local, Vocal, Global

PM Modi’s Ukraine and Poland Visit: দুদিনীয়া ভ্ৰমণসুচীৰে আজি পোলেণ্ডলৈ যাব প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক,২১আগষ্ট : দুদিনীয়া ভ্ৰমণসুচীৰে আজি পোলেণ্ডলৈ যাব প্ৰধানমন্ত্ৰী মোডী ।

৪৫বছৰৰ পাছত ভাৰতৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব পোলেণ্ড ।১৯৭৯ চনত শেষবাৰৰ বাবে মোৰাৰজী দেশাইয়ে পোলেণ্ড ভ্ৰমণ কৰিছিল। পোলেণ্ডত প্ৰধানমন্ত্ৰী যাব বুলি খবৰ পাই উতসাহী ভাৰতীয়(PM Modi Leaves For Poland, First Indian PM To Visit Country ) ।

উল্লেখ্য যে,প্ৰধানন্ত্ৰী মোদীয়ে ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ ইউক্ৰেইন আৰু পোলেণ্ড ভ্ৰমণ কৰিব। পোলেণ্ড নাটোৰ সক্ৰিয় সদস্য। আনহাতে ৰাছিয়াৰ লগত হোৱা সংঘৰ্ষৰ পাছতেই মোদীৰ এয়া হ’ব প্ৰথম ইউক্ৰেইন ভ্ৰমণ। এই যাত্ৰা আন এক কাৰণত বিশেষ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৪৫ বছৰ পাছত পোলেণ্ড আৰু ৩০ বছৰ পাছত ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব। এই সময়চোৱাত মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কি কিয়েভত এক বৈঠকত মিলিত হ’(PM Modi’s Ukraine and Poland Visit)।

লগতে পঢ়ক :Multiple temples vandalised : ৫ টাকৈ মন্দিৰৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড