Local, Vocal, Global

Veer Lachit Sena Leader Shrinkhal Chaliha : শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক,১৯আগষ্ট : শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু। দিছপুৰ থানাত গোচৰ ৰুজু শৃংখল চলিহাৰ বিৰুদ্ধে ।

জানিব পৰা মতে, দুদিন পূৰ্বে শিৱসাগৰত মাৰোৱাৰী যুৱ মঞ্চৰ লগতে অনা অসমীয়া সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা(Veer Lachit Sena Leader Shrinkhal Chaliha)।

তাৰ পাছতেই শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিলে এজন যুৱকে।

লগতে পঢ়ক : Is ex-Jharkhand CM Champai Soren likely to join BJP today: সঁচাকৈয়ে গেৰুৱা বসন পিন্ধিব নেকি ঝাৰখণ্ড জেএমএম ৰ প্ৰবীণ নেতা চম্পাই ছোৰেনে