Sensational Incident : সোণাৰিত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ
নিউজ ডেস্ক,১৪আগষ্ট : সোণাৰিত অঘটন। সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ ।
মৃত লোকজন কাকতিবাৰীৰ ৰুবুল গগৈ বুলি জানিব পৰা গৈছে(Sensational Incident)।
জানিব পৰা মতে, মঙলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল গগৈ। আজি নিজ ঘৰৰ সমীপৰ কালভাৰ্টত উদ্ধাৰ লোকজনৰ মৃতদেহ।
লগতে পঢ়ক : Domestic violence : ৰাজ্যত পুনৰ যৌতুক বিচাৰি অত্যাচাৰৰ ঘটনা