Local, Vocal, Global

Nalbari incident : নলবাৰী জিলা প্ৰশাসনৰ গধুৰ যান-বাহন চলাচলৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা প্ৰদান

নিউজ ডেস্ক,১৩আগষ্ট : নলবাৰীত সংঘটিত দুৰ্ঘটনাৰ পাছতেই কঠোৰ নলবাৰী জিলা প্ৰশাসন৷ গধুৰ যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ(Nalbari incident) ।

নলবাৰী জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি,

পুৱা ৭বজাৰ পৰা নিশা ১০ বজালৈ গধুৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা প্ৰদান

আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নম্বৰ মুকলি প্ৰশাসনৰ । হোৱাটছএপ নম্বৰ ৯৭০৬১০১৫৬৪৯ ত দিব পাৰিব অভিযোগ।

লগতে পঢ়ক : Guwahati Girl Disappears After School : গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ পৰা নিৰুদ্দেশ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী