Local, Vocal, Global

Road Accident in Bongaigaon : শোকাৱহ দুৰ্ঘটনা;দুৰ্ঘটনাত নিহত বিজেপি নেতা

নিউজ ডেস্ক,১২আগষ্ট : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত বিজেপি নেতা ।

বঙাইগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত । দুৰ্ঘটনাত থিতাতে নিহত বিজেপি নেতা । নিহত নেতাজন লুভাস বৰ্মন বুলি জানিব পৰা গৈছে(Road Accident in Bongaigaon) ।

জানিব পৰা মতে, বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি আছিল লুভাস বৰ্মন। বঙাইগাঁৱৰ কাকৈজানাত সংঘটিত হৈছিল পথ দুৰ্ঘটনা। মৃত লুভাস বৰ্মনৰ ঘৰ চিদলস্বতী খৰাপাৰাত।

লগতে পঢ়ক : India’s six medals at 2024 Paris Olympic : এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক লৈ পেৰিছত যাত্ৰা সামৰিলে ভাৰতীয় খেলুৱৈ