Security forces seize weapons in Manipur : অশান্ত জৰ্জৰ মনিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,৭আগষ্ট : পুনৰ অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। নিৰাপত্তা বাহিনীৰ অভিযান থৌবাল জিলাৰ মায়াই কেইথেল আৰু আইৰং গাঁৱত । অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ(Security forces seize weapons in Manipur) ।
নিৰাপত্তা বাহিনীৰ এই অভিযান কালত ৩টা মেগজিন সহ এটা INSAS LMG, দুটা মেগজিন সহ এটা INSAS Rifle , মেগজিন সহ এটা AK-56 Rifle, এটা 9 mm Pistol, এটা পইন্ট থ্ৰি টু Pistol ১১৩ জাই সতেজ গুলি সহ বহুতো আপত্তি জনক সামগ্ৰী জব্দ কৰে ।
লগতে পঢ়ক : Arunachali liquor seized in lumding : লামডিঙত জব্দ ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা