BJP Veteran LK Advani Hospitalised : পুনৰ অসুস্থ বিজেপিৰ নেতা লালকৃষ্ণ আদৱানী

নিউজ ডেস্ক,৬আগষ্ট : পুনৰ অসুস্থ বিজেপিৰ নেতা লালকৃষ্ণ আদৱানী(BJP veteran LK Advani hospitalised in Delhi)।
সূত্ৰ অনুসৰি ৯৬ বৰ্ষীয় নেতাগৰাকীৰ স্ৱাস্থ্য সম্প্ৰতি সুস্থিৰ আৰু তেওঁ চিকিৎসকৰ পৰ্যৱেক্ষণত আছে। আদৱানীক স্নায়ু বিশেষজ্ঞ ডাঃ বিনীত সুৰীৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে।
শেহতীয়াকৈ ২৬ জুনত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ নেতাগৰাকীক। এইমছৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ প্ৰায় এমাহ পাছত জ্যেষ্ঠ বিজেপি নেতাগৰাকীক মঙলবাৰে পুনৰ দিল্লীৰ এপোলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(BJP Veteran LK Advani Hospitalised)।
লগতে পঢ়ক :Drugs seized from Lumding Railway : লামডিং ৰেলৱে জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ