Local, Vocal, Global

Sensational incident : বঙাইগাঁও জিলাৰ সিদলসতীত সলিল সমাধি এগৰাকী ব্যক্তিৰ

অভয়াপুৰী,৬আগষ্ট : বঙাইগাঁও জিলাৰ সিদলসতীত সলিল সমাধি এগৰাকী ব্যক্তিৰ।

খেতিপথাৰ কাষত থকা মৰাসুতিত সলিল সমাধি ঘটে কুছিয়াকাটা গাঁৱৰ দীপক ৰায়(৪৫) নামৰ ব্যক্তিজনৰ(Sensational incident) ।

জানিব পৰা মতে,দীপক ৰায় নামৰ ব্যক্তিজন গোটেই দিনটো সন্ধানহীন হৈ আছিল।

লগতে পঢ়ক :Tragic Road Accident in Kaliabor : বলে’ৰ বাহনে মহতিয়াই নিলে ই-ৰিক্সাক;নিহত কনমানি শিশু,আহত ৫গৰাকী যাত্ৰী