Buffalo syndicate in Assam: কাটিগৰা সীমান্তত জব্দ চোৰাং ম’হ

নিউজ ডেস্ক,৪আগষ্ট : কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযান । চোৰাং ম’হৰ বিৰুদ্ধে অভিযান চলাই বিএছএফে।
অভিযানত ৪টা চোৰাং ম’হ জব্দ । বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে কাটিগৰা সীমান্তৰ পৰা ম’হ কেইটা জব্দ কৰে(Buffalo syndicate in Assam)।
জানিব পৰা মতে, জব্দকৃ ম’হ কেইটা বাংলাদেশলৈ সৰবৰাহৰ বাবে অনা হৈছিল।পৰৱৰ্তী সময়ত ম’হ কেইটা স্থানীয় আৰক্ষীক গতাই দিয়ে বিএছএফে।
লগতে পঢ়ক :Arunachal wine seized in Jamugurihat: লখৰাৰ কলিয়া গোসাঁই সত্ৰৰ সমীপত উদ্ধাৰ বুজন পৰিমাণৰ অৰুণাচলী সুৰা