Local, Vocal, Global

Tiger terror at Kaliabor : কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ

নিউজ ডেস্ক,৩আগষ্ট : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক।

কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ । ঢেঁকীয়াপতীয়াৰ বিচৰণক লৈ সন্ত্ৰস্ত কলিয়াবৰবাসী। হাতীমূৰাৰ ৰাইজে দিনদুপৰতে প্ৰত্যক্ষ ঢেঁকীয়াপতীয়া। বাঘৰ বিচৰণত আতংকত দিন কটাইছে অঞ্চলবাসীয়ে। এতিয়ালৈকে মানুহ অথবা পশুধনৰ ক্ষতি কৰা নাই ঢেঁকীয়াপতীয়াই(Tiger terror at Kaliabor)।

লগতে পঢ়ক : Bhumi Pujan of semiconductor assembly and test facility at Jagiroad : আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন