New FASTag rules : আজিৰে পৰা কাৰ্যকৰী হ’ব FASTagৰ নতুন নিয়ম
নিউজ ডেস্ক,১আগষ্ট : আজিৰে পৰা কাৰ্যকৰী হ’ব FASTagৰ নতুন নিয়ম। FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ( New FASTag rules)।
সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag। আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC।
নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব( New FASTag rules)।
লগতে পঢ়ক : Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি