Local, Vocal, Global

Road accident in Sonitpur : অচিনাক্ত বাহনৰ খুন্দাত আহত স্কুটী আৰোহী

নিউজ ডেস্ক,২৯জুলাই : শোণিতপুৰৰ হাতীগেটত পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তেজপুৰ ডেকাৰগাঁৱৰ দুই স্কুটী আৰোহী।

গুৰুতৰভাৱে আহত স্কুটী আৰোহী দুজনক সংকটজনক অৱস্থাত চাৰিদুৱাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Road accident in Sonitpur) ৷

আহত যুৱক দুজনৰ নাম জানমণি বৰুৱা আৰু পবিত্ৰ হাজৰিকা বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে, ঘটনা সংঘটিত হোৱা পাছত প্ৰায় ডেৰ ঘন্টা ধৰি ১০৮ নম্বৰক ফোন কৰি থকা স্বত্বেও এম্বুলেন্স উপস্থিত নোহোৱাত ৰাইজ আৰু পৰিয়ালৰ লোক ক্ষুব্ধ হৈ পৰে।

লগতে পঢ়ক :Boat accident at Godadhar river : বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই গদাধৰ নদীত সন্ধানহীন হোৱা শ্বাবিনুৰ ৰহমান