Local, Vocal, Global

New Vice-Chancellors for Three Universities Sworn : আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ

নিউজ ডেস্ক,২৯জুলাই : আজি তিনিখনকৈ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ। ৰাজভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । ৰাজভৱনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত ল’লে ড০ ননীগোপাল মহন্তই(New Vice-Chancellors for Three Universities Sworn in at Raj Bhavan in Guwahati)।

ইফালে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰিলে ঘনপতি ডেকাই। ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত মানৱেন্দ্ৰ দত্ত চৌধুৰীৰ । ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে তিনিওগৰাকী নৱনিযুক্ত উপাচাৰ্যক। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(New Vice-Chancellors for Three Universities Sworn )।

লগতে পঢ়ক : Sentences Handed Down in Assam Cash-for-Jobs Scandal : APSC কেলেংকাৰি ! ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা