NSCN (K-YA) cadre surrenders in Bordumsa : অৰুণাচলৰ বৰডুমচাত NSCN (KYA)ৰ কেডাৰৰ আত্মসমৰ্পণ

নিউজ ডেস্ক,২৯জুলাই : অৰুণাচলৰ বৰডুমচাত NSCN (KYA)ৰ কেডাৰৰ আত্মসমৰ্পণ। ডিয়ুনৰ NSCN (KYA)ৰ কেডাৰ চোকেন চাকমাৰ আত্মসমৰ্পণ(NSCN (K-YA) cadre surrenders in Bordumsa)।
বৰডুমচা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ চোকেন চাকমাৰ নামৰ কেডাৰগৰাকীৰ। চোকেন চাকমাৰ ঘৰ জ্যোতিপুৰ ৪নং ডায়ুনত ।
লগতে পঢ়ক : Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল গদাধৰ নৈত নিৰুদ্দিষ্ট লোকৰ মৃতদেহ