Local, Vocal, Global

Assam Heartthrob Zubeen Garg Admitted To Hospital : হঠাৎ অসুস্থ হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিউজ ডেস্ক,২৮জুলাই : পুনৰ অসুস্থ হাৰ্টথ্ৰব জুবিন গাৰ্গ । মহানগৰীৰ Nemcare Hospital ত ভৰ্তি শিল্পী গৰাকীক।

শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি জুবিন গাৰ্গক(Assam Heartthrob Zubeen Garg Admitted To Hospital)।

কিছু সময় পূৰ্বে ভৰ্তি কৰা হৈছে হাস্পতালত। বৰ্তমান নেমকেয়াৰ হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ দলে চলাই আছে জুবিন গাৰ্গৰ চিকিৎসা।

আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক।

লগতে পঢ়ক : New Vice Chancellor appointed in Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি