Local, Vocal, Global

Lakshman Acharya appointed Assam Governor : লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান

নিউজ ডেস্ক,২৮জুলাই : অসমৰ নতুন ৰাজ্যপাল নিযুক্তি । লক্ষ্মণ প্ৰসাদ আচাৰ্যক নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান ।পূৰ্বে ছিকিমৰ ৰাজ্যপালৰ দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য। মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে আচাৰ্যক(President of India Appoints Lakshman Prasad Acharya as New Assam Governor)।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নিযুক্তি দিলে নতুন ৰাজ্যপালক।ৰাষ্ট্ৰপতিৰ প্ৰেছ ছেক্ৰেটেৰী অজয় প্ৰসাদ স্বাক্ষৰিত এক পত্ৰযোগে প্ৰকাশ কৰিছে এই তথ্য(Lakshman Acharya appointed Assam Governor)।

লগতে পঢ়ক : Tragic Road Accident in Bongaigaon : ৰৈ থকা মালবাহী ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ,নিহত ১জন,আহত ১৫জন যাত্ৰী